এয়াই সমাজ
লাজ কৰা উচিত,
ধর্ষিতাক খেদি দিয়া,আকৌ
বেলেগৰ স্ত্রীক লৈ পলোৱাই সংসাৰ কৰা,,,
বেশ্যাক ঘৃণা কৰা,আকৌ ৰাতিৰ আন্ধাৰত বেশ্যাক বুকুত সাৱটি ধৰা....!
500 টকাত কাপোৰ খুলিলে ছোৱালী হয় বেশ্যা,
আৰু 50000 টকাত কাপোৰ খুলিলেই হয় নায়িকা.!
আবেগত কাপোৰ খুলিলে হয় বান্ধবী,
আৰ অভাৱত কাপোৰ খুলিলে হয় ......
এঞ্জেল,জেৰিন খান,কেটৰিনা কাইফ,সানি লেউনে কাপোৰ খুলিলে হয় স্মার্ট,,,
বিয়াৰ আগত কাপোৰ খুলিলে হয় চৰিত্রহীন,বিয়াৰ পিছত কাপোৰ খুলিলে হয় মেইন্টেনিং সোসাইটি...!
ধর্ষিতা কেতিয়াওঁ নিজৰ ইচ্ছাত ধর্ষণ নহয়,,
কিন্তু সকলোৱে জানি বুজিওঁ ধর্ষিতাক কাষত
যাবলৈ নিদিয়ে,আকৌ বিবাহিত মহিলাক লৈ
শাৰীৰিক সম্পর্ক কৰিলে নিজৰ ওপৰত ঘৃনা
অনুভৱ নহয় নেকি,
সচা কথাটে হল,কাপোৰ সকলোৱে খুলে,আৰু কাপোৰ খোলাটো কোনো ফ্যাক্ট নহয়,ফ্যাক্ট হল এই সমাজে বেয়াকৈ দেখাটো,
কাপোৰ খুলিলে কোনেওঁ বেশ্যা নহয়,
এই সমাজত সেইবোৰে বেশ্যা তৈয়াৰ কৰে,
নাৰীৰ প্রতিটো কু-কর্মত পুৰুষ জড়িত,
কাৰন এখন হাতত তালি নাবাজে,
অথচ বেছিভাগ পুৰুষেই অপৰাধ কৰি মানুহৰ সন্মুখতে দি গুচি যায়,কিন্তু অপৰাধত শাস্তি পায়
নাৰীয়ে,,,,.!
যিজন লৰা প্রেমত ধোকা খাই ছোৱালীবোৰক
গালি দিয়ে,কিছুদিন পিছত সেই লৰাজন আকৌ
প্রেমত পৰে,
ৰাস্তাত থকা পাগলীজনীও গর্ভৱতী হয় ..!
মা-দেউতাকৰ চকুৰ ভয়ত কান্দি দিয়া ছোৱালীজনীয়ে ৰাতি লুকাই বেলেগৰ ঘৰত যায়,
14 বছৰৰ লৰাজনে,তোমাক পাহৰি জীয়াই থাকিব নোৱাৰো..!12 বছৰৰ ছোৱালীজনীয়ে স্ট্যাটাসত লিখে অতীতক পাহৰিব খোজো,,!
প্রতিদিন কোনোবাই ধর্ষিতা হৈ কান্দি কান্দি চকুৰ পানী পেলাই আছে,,
আকৌ কোনোবাই লাজ পাহৰি গৈ নিজৰ শৰীৰৰ চাহিদা পুৰন কৰিছে,,কাক দুখ দিব
কোৱা এয়াই হল আমাৰ সংসাৰ...!
নাৰী ছলনাময়ী --- নাৰী বেইমান...!
পুৰুষ স্বার্থপৰ---- পুৰুষ বিশ্বাসঘাতক...!
বেলেগৰ ভন্টি মাল ---নিজৰ ভন্টি কলিজা...!
বেলেগৰ ভাই বদমাচ ---নিজৰ ভাই ভাল !
দৃষ্টি ভাৱ পৰিৱর্তন কৰা,জীৱন পৰিৱর্তন হব,,
( প্রত্যেক নাৰীৰ ভিতৰত এগৰাকী মা,ৰ স্মৃতি বাস কৰে,তাক সম্মান কৰিবলৈ শিকক )
Click here For Red Assamese Poem, quotes, Story
ReplyDelete