অনুভৱ
চুক্তিবদ্ধ হৃদয়ত আবেগৰ খেলা
নীৰৱ হৈ ৰয় মাথো হুমুনিয়াহ!
নিসংগ জীৱনত সংগৰ অভাৱ
সংগ বুলি যেতিয়া ধৰিলো নিচাত
নিচাই দেখুৱালে মোক নতুন বাট।
✍️ ধ্ৰুৱজিৎ বৰ্মন
বিভিন্ন ধৰণৰ কবিতাৰ শিতান সমূহ পঢ়িবলৈ অনুভৱৰ পাতখিলা ব্লগ ৱেবচাইটো visit কৰিব।
ধন্যবাদ
Comments
Post a Comment