Skip to main content

Posts

Showing posts from 2018

Assamese poem~অসমীয়া কবিতা~ভালপোৱাৰ ছিতাখন

তুমি আৰু মই আমি, দুয়োয়ে অকা ছবিখন জ্বলাই দিবা মোৰ ভালপোৱাৰ ছিতাখনত পুৰি ছাই হৈ উৰি যাবলৈ দিবা তুমি দিয়া প্ৰতিশ্ৰুতিবোৰ, মোৰ ভালপোৱাৰ ছিতাৰ পৰা ওলোৱা কলা ধোৱাৰে তোমাৰ সে...

অসমীয়া কবিতা~আজিৰ সমাজ

চাৰিওফালে একুৰা জুই, কীট পতংগৰ দৰে, মৃত্যু হৈছে মানৱতাৰ! বিনষ্ট হৈছে সেউজীয়া সুন্দৰ পৃথিৱীৰ, ধ্বংসৰ কড়াল গ্ৰাসত, জীয়াতু ভূগিছে মানৱে। বৃদ্ধিৰ হ্ৰাসত হত্যা ধৰ্ষণ লুণ্ঠন...

অসমীয়া কবিতা~বিধৱা

এসাঁজ বগা কাপোৰ চিৰস্থায়ী ভাৱে মাৰ যোৱা এটা ৰঙা বেলি মুক্ত আকাশৰ গৰাকী আবেগ অনুভৱ হেচুকি কৰে ক্ৰন্দন, পিন্ধিব নোৱাৰে আ-অলংকাৰ ধৰিব নোৱাৰে পুৱাৰ ৰঙা বেলিটিক যেন মৰহি যো...

অসমীয়া কবিতা~ মন বহাগী

কৃষ্ণচূড়াৰ ডালত বহি কুলিয়ে বিনাইছে, কুলি চৰাইৰ মিঠা মাতত বহাগ আহিছে, বহাগীয়ে লৈ আহিছে প্ৰেমৰ মিঠা সুবাস। নেঘেৰী খোপাতিত কপৌ পাহি গুজি লৈ ৰঙা পৰীৰ ৰিহাৰ ভাঁজে ভাঁজে, ঢোল ...

অসমীয়া কবিতা~ দেউতা

তুমি মোৰ সত্তা, মোৰ অস্তিত্ব, মোৰ শক্তি, মোৰ আদৰ্শ, আঙুলিত ধৰি আকৌ কেতিয়া ফুৰাবা মোক জোনবাইৰ দেশত, আকৌ কেতিয়া শুনিবা এবেগতিয়াৰ সাধু, শিকাবা নৈতিকতাৰ পাঠ, দেখুৱাবা নিষ্ঠাৰ ...

Assamese romantic poem~ অসমীয়া ৰোমাণ্টিক কবিতা~ভালপোৱাৰ চিঠিখন

হেঙুলীয়া সূৰ্য্যৰ কিৰণেৰে   তোমাৰ মুখখন চিকমিকাইছিল,   তোমাৰ লাজুকী ওঠৰ হাঁহিটোৱে   সৌন্দৰ্য্য বিৰাজ কৰিছিল।   মেঘালী চুলিটাৰীৰ সুগন্ধি বিলাই   তুমি আহিছিলা,   মোৰ হৃদয়ত কম্পনাংকৰ ঢৌ তুলি।   কাজলসনা চকুজুৰিয়ে কৈ গৈছিল নিশব্দৰে,   তুমি মোক ভালপোৱা বুলি।।   ✍ ধ্ৰুৱজিৎ বৰ্মন