হেঙুলীয়া সূৰ্য্যৰ কিৰণেৰে তোমাৰ মুখখন চিকমিকাইছিল, তোমাৰ লাজুকী ওঠৰ হাঁহিটোৱে সৌন্দৰ্য্য বিৰাজ কৰিছিল। মেঘালী চুলিটাৰীৰ সুগন্ধি বিলাই তুমি আহিছিলা, মোৰ হৃদয়ত কম্পনাংকৰ ঢৌ তুলি। কাজলসনা চকুজুৰিয়ে কৈ গৈছিল নিশব্দৰে, তুমি মোক ভালপোৱা বুলি।। ✍ ধ্ৰুৱজিৎ বৰ্মন
জীৱনৰ কিছু তিতা মিঠা অনুভৱ।। অনুভৱৰ পাতখিলালৈ স্বাগতম, অনুভৱৰ পাতখিলা এটি অসমীয়া ব্লগ ৱেবছাইট, ইয়াত বিভিন্ন ধৰণৰ অনুপ্ৰেৰণামূলক লিখনী, কবিতা, অসমীয়া Quotes, আদিকে সামৰি অন্যান্য বহুতো দৈনন্দিন জীৱনত প্ৰয়োজনীয় তথ্য লাভ কৰিব। ✍ধন্যবাদ
Comments
Post a Comment