Skip to main content

Posts

Showing posts from 2019

মই বিচৰা নাই, Moi Bisora Nai

মই বিচৰা নাই এনেদৰে  বিদায় লবলৈ বিচৰা নাই মই মায়া ভৰা দুচকুৰে  অশ্ৰু নিগৰাবলৈ বিচৰা নাই জীয়াই থাকিও আতৰি থাকিবলৈ তোমাক এপলক চোৱাৰ বাবে আকাশৰ পিনে চাই থাকিবলৈ, বিচাৰিছো...

প্ৰপোজেল , চুটি গল্প, Short Story

লৰাজনে আঠুকাঢ়ি বহি লৈ গোলাপফুল পাহ ছোৱালীজনীৰ পিনে আগবঢ়াই দি কলে, ৰূপ চাই সকলোৱে ভাল পাই কিন্তু মই তোমাক মনৰ পৰা ভালপাওঁ। ছোৱালীজনীয়ে অলপ সময় মনে মনে থাকিল তাৰ পিছত তাইৰ ...

প্ৰণয়ৰ ঠিকনা বিচাৰি

ঢৌ হৈ আহি পাৰলৈ আনিম প্ৰেমৰ নিনাদ, দূৰে দূৰে থাকি তোমালৈ চটিয়াই যাম অাবতৰীয়া পলাশ। কিয় জানো তুমি মোৰ হিয়াতে জিলিকা তৰা, থমকি নৰওঁ বুলি ভাৱিও বৰকৈ আমনি কৰা। পলাশ হৈ আকৌ ফুল...

অসমীয়া কবিতা~কত ঘূৰাই পাম মোৰ লৰালি

কতনো পাম সেই হাঁহি ধেমালি কতনো পাম মোৰ সেই লৰালি, সমনীয়াৰ বালি ঘৰ, কইনা দৰাৰ খেল আৰু যে কত আছিল আমাৰ গোপনীয় মেল, মাৰ খংটোৱে মোক বৰ আমনি কৰিছিল মাৰ মাত নুশুনিলে যেন মোৰ প্ৰাণ ...

Assamese romantic poem~ প্ৰেমৰ অনুভূতি

তোমাক প্ৰথম দেখাত মোৰ হৃদয়ৰ গোলাপ পাহি ফুলছিল, তোমাৰ মিঠা হাঁহিটিত মোৰ দুচকুত তীক্ষ্ণ আলোকৰ সৃষ্টি হৈছিল, তোমাৰ মোৰ প্ৰথম চিনাকিত মোৰ হৃদপিণ্ডৰ ধপ ধপনি বাঢ়িছিল, তোমাৰ ওঁঠত স্পৰ্শ হৈ অহা শব্দবোৰে মোক বৰকৈ আমনি কৰিছিল, তোমাৰ সেই ধুনীয়া মুখখন নিজান ৰাতি মোৰ সাপোনত ভাঁহি উঠিছিল, হয়তো মই নজনাকে মোৰ তোমালৈ ভালপোৱা হৈছিল।    ✍ধ্ৰুৱজিৎ বৰ্মণ