কিয় ৰদৰ দৰে নাহাঁহিলা মোক ভাল নাপালা সায়ংকালতো মোৰ ওচৰত নাহিলা, এই মনৰ আজি জন্মদিন চুপ হৈ থকাটো কঠিন তোমাৰ ওচৰত খৰস্ৰোতাও গতিহীন। নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই দূৰ হৈ গলেও এইটো সঁচা তুমি আমাৰে, তুমি মোৰেই। জলে ভিজা নিমীল নয়ন টোপনি বিচাৰি ৰাতিপুৱা ৰিক্ত হৃদয় দুটুকুৰা জীয়াই আছে চেঁচা হুমুনিয়াহ। গুমুথা মেঘৰ লুকা ভাকু চুই দিলে চুপচাপ নিশানা তীৰ স্মৃতিৰ ভিৰ খামখেয়ালি জীৱন মোৰ। সেই মেঘবালিকাৰ গল্প হওঁক, চহৰজুৰি বৃষ্টি হওঁক তিতি যাওক সকলো, জীয়াই থাকক অভিমান কেৱল অভিমান। নতুন প্ৰভাতীয়ে কপাল চুলে তোমাৰেই বান্ধি ৰাখিব পাৰিলে তুমিও হলা হৈ আমাৰে, তুমি মোৰেই।
জীৱনৰ কিছু তিতা মিঠা অনুভৱ।। অনুভৱৰ পাতখিলালৈ স্বাগতম, অনুভৱৰ পাতখিলা এটি অসমীয়া ব্লগ ৱেবছাইট, ইয়াত বিভিন্ন ধৰণৰ অনুপ্ৰেৰণামূলক লিখনী, কবিতা, অসমীয়া Quotes, আদিকে সামৰি অন্যান্য বহুতো দৈনন্দিন জীৱনত প্ৰয়োজনীয় তথ্য লাভ কৰিব। ✍ধন্যবাদ
ধন্যবাদ.. বহুত ভাল লাগিল ৷
ReplyDeleteClick here For Red Assamese Poem, quotes, Story
ReplyDeleteKeep it up
ReplyDelete